Loading Downloads
3Episodes

Radio Brahmaputra is the First Civil Society led Community Radio Station of North-East India.

December 1, 2018

Panchayat Election 2018 Message from Mrs. Laya Madduri (IAS), Deputy Commissioner, Dibrugarh.

পঞ্চায়ত নিৰ্বাচন-2018-ৰ উপলক্ষত ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ যোগেদি সমূহ ভোটাৰ ৰাইজক উদ্দেশি ডিব্ৰুগড় জিলাৰ উপাযুক্ত শ্ৰীযুতা লয়া মাদুৰি (আই.এ.এচ) ডাঙৰীয়ানী বাৰ্তা:

অসমৰ পঞ্চায়ত ব্যৱস্থাটো অতীজৰে পৰা অতিকৈ সুদৃঢ়। পঞ্চায়ত ব্যৱস্থাটোৰ ওপৰতে সমগ্ৰ গাঁও অঞ্চলসমূহৰ উন্নয়ন আৰু সমৃদ্ধি নিৰ্ভৰ কৰে। যিমানেই আমাৰ পঞ্চায়ত ব্যৱস্থাটো সুদৃঢ় হ’ব, সিমানেই আমাৰ গ্ৰামাঞ্চলসমূহ উন্নয়নৰ দিশত আগবঢ়িব পাৰিব। আমাৰ এই পঞ্চায়ত ব্যৱস্থাটোক অধিক দায়িত্বশীল আৰু সুদৃঢ় কৰাৰ মূল ব্যক্তিসকল হৈছে আমাৰ ভোটাৰ ৰাইজসকল । আমাৰ ভোটাৰ ৰাইজসকল যিমানেই সজাগ আৰু সচেতন হ’ব, সিমানেই আমাৰ পঞ্চায়ত ব্যৱস্থাটো অধিক কাৰ্যকৰী হ’ব । ইয়াৰ বাবে আপুনি প্ৰথমে এজন সচেতন ভোটাৰ হিচাপে নিজৰ দায়িত্ব পালন কৰিব লাগিব। গতিকে মই সকলো ভোটাৰ ৰাইজক অনুৰোধ জনাও –আপোনালোক প্ৰতিজনে পঞ্চায়ত নিৰ্বাচনত এজন ভোটাৰ হিচাপে অংশগ্ৰহণ কৰি, সম্পূৰ্ণ নিজা বিচাৰ-বিবেচনাৰ মাজেদি আপোনাৰ ভোটাধিকাৰ সাব্যষ্ট কৰক আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰ্যায়তো পঞ্চায়ত প্ৰতিটো উন্নয়নমূলক কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক।  ধন্যবাদ।

00:0000:00
September 4, 2016

QUIZ program on Mother & Child Health on Chadri Dialect (Tea Community dialect)

00:0000:00
June 28, 2016

Radio Promo on Mother and Child Health_Assamese

A Radio Spot on mother & child health by Radio Brahmaputra produced by community producer on early pregnancy detection test.

00:0000:00
June 28, 2016

Radio Promo on Mother and Child Health on Chadri Dailect

A Radio Promo on Importance of Mamani Booklet on Chadri Dialect produced by Community producer of Radio Brahmaputra. A brilliant production by Community Producers of Radio Brahmaputra.

00:0000:00
June 28, 2016

Radio Promo on Mother and Child Health on Chadri Dailect

A Radio Promo on (pregnancy symptoms) Mother & Child Health on Tea garden Community dialect produced by Community Producers of local tea garden.
 

00:0000:00
June 21, 2016

AJIR ATITHI (Today’s Guest)

AJIR ATITHI - Today's Guest is a interview based program of Radio Brahmaputra, which focus the front-line workers of society like ASHA, AWW, ANM, PRI member, Municipality Workers etc.

00:0000:00